Clubhouse logo

Joonak Borah

@tanmoi

18

friends

দেউতাই সেই দিনা কৈছিল যিদিনাখন মাজ ৰাতি সকলোৱে আনি মা ক তুলসী জোপাৰ তলত শুৱাই ধুপ-ধুনা জ্বলাইছিল "বোপাই ঘৰখন শেষ আজিৰ পৰা অ'... " মা বিহীন ঘৰ এখনত সচাকৈ একো নাই ... শেষ... শূণ্য....