Clubhouse logo

Samiran Saikia

@samiran212

747

friends

লখিমপুৰ🏠 বন্ধ কোঠালিত বিষণ্ণতা জেউতি উৰে সেয়ে আগবাঢ়ো ডঁবিয়লি পাৰে পাৰে...🚶🚶 মই ৰঙেৰে বিৰিঙি উঠোঁ গুপুতে গুপুতে তেজ ৰঙা কলিজাত । কিবা কম নে আজি....? একো নকওঁ..। মাথোন বৰষুণ এজাকত তিতি মৌন ওঁঠত ৰুই থ'লো কবিতা বাঢ়ক কিমান বাঢ়ে ম‍ানুহৰ পৰা মানুহলৈ ॥ ✒️ সমীৰণ শইকীয়া