Clubhouse logo

ꮢꭵͥꝩaͣzͫ Ꞣꭵꝴg

@riyaz979

913

friends

c.o.c.😈😈.🚦🛩️🚔 ---------x----------- ♥️♥️♥️♥️♥️♥️♥️×🏡♥️♥️♥️♥️♥️♥️♥️ -------------x------------ _____________🎉🌹____________ শৈশৱ,কৈশোৰ পাৰ হৈ পালোহি এই সন্ধিক্ষণ ক'ত স্মৃতি মানসপটত। জীৱনে সকিয়াই দি যায় নানা অভিজ্ঞতা । সৰ্পিল গতিৰে আগবাঢ়ি দেখিছিলো নানা সপোন জেতুকাবুলীয়া প্ৰেমো সাঁচিছিলো বুকুৰ মাজত। কাক ক'ম মনৰ কথা, এই নিদাৰুণ পৃথিৱীত জীৱবোৰ পাথৰ সদৃশ হ'ল। কেঁচা কলিজাৰ বেদনাবোৰ সামৰি-সুতৰি টোপোলা বান্ধি থৈছো হৃদয়ৰ বোকোচাত । _______________🏖️🏝️______________ এনেকুৱা এজন মানুহৰ লগত আছোঁ যিজনে মোক বুজি ও নুবুজা ভাও ধৰি ।মোক অবহেলা কৰে। আৰু মোৰ ভুল এইটোয়ে মই তেওঁ কৰা আবাহেলা পৰিবৰ্তে ভাল পোৱা দিবলৈ চেষ্টা কৰি আছোঁ।💕❣️ তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম... তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰকুৰা জুইত জ্বলিবলৈ মই প্ৰস্তুত।💕❣️ সৰু সৰু সুখবোৰ বুকুত লৈ ফুৰো সৰু সৰু কথাতে ছিৰিয়াছ হওঁ কি কৰিম আমি বোৰ যে সৰু মানুহ, আত্মসন্মানৰ দামবোৰ বৰ বেছি আমাৰ।💕❣️ আগৰ দিনৰ মানুহ বোৰ বেছি শিক্ষিত নাচিল সচাঁ । কিন্তু তেওঁলোকে কেতিয়াও নিজৰ মাক দেউতাকক বৃদ্ধ আশ্ৰমত থোৱা নাচিল। প্ৰতিজনী ছোৱালীৰে এটা নিজস্ব সপোন থাকে💕❣️ আত্মনিৰ্ভৰশীল হৈ দেউতাক অলপ সহায় কৰা।💕❣️ প্ৰতিটো সম্পৰ্কত এজাক ধুমুহাৰ খুবেই প্ৰয়োজন, কাৰণ সেই হৈ যোৱা ধুমুহা জাকৰ পৰাহে গম পোৱা যায় কোন, কাৰ কিমান আপোন আছিল।💕❣️ ছোৱালী মানেই নিজৰ পছন্দৰ লৰাটোক ত্যাগ কৰি অচিনাকি লৰা এজনৰ লগত বিয়াত বহিব লগীয়া হয়। একমাত্ৰ মাক দেউতাকৰ স্বাৰ্থত।💕❣️ সকলো মানুহৰে জীৱনত কম বেছি পৰিমাণে হলেও দুখ থাকেই, কিছুমানে ষ্টেটাছত প্ৰকাশ কৰে আৰু কিছুমানে হাঁহিৰে ঢাকি ৰাখে।💕❣️ আমাৰ কাহিনী ইমানেই আছিল, তেওঁ মোক কেতিয়াও ভাল পোৱা নাছিল, আৰু মই তেওঁক💕❣️ কেতিয়াও বেয়া পোৱা নাছিলো ল।সচাঁ ভাল পাইছিলো বাবে আজিও অকলে আছো, ভাল নোপোৱা হলে মইয়ো কিজানি বেল ___________🏝️☔___________ ……(__/) ……(=’.’=) …☆(”)_(”)☆ ─ (♥) ████──────████ (♥) (♥) ████ ███──███████ (♥) (♥) ████████████████ (♥) ─ (♥) █████████ █████ (♥) ── (♥) ████████████ (♥) ──── (♥) ████████ (♥) ──── ── (♥) ████ (♥) ─────── (♥) ██ (♥) ───────── (♥)