বোৱাৰী স্মৃতি গগৈ
@rideepriyan
923
friends
🖤১৭ ডিচেম্বৰ 🍫🎂 Mine- My life ❤️❤️❤️ প্ৰতিশোধ কাকো নলও কিন্তু প্ৰত্যুতৰ সকলোকে দিম । ❤❤❤বোৱাৰী হয় মই ❤❤❤ ❤❤❤কিছুমান মানুহে কয় নাৰীৰ নিজৰ বুলিবলৈ কোনো ঘৰ নাই কিন্তু সঁচাটো এইটোৱে যে নাৰীৰ অবিহনে কোনো এখন ঘৰেই সম্পূর্ণ নহয় ❤❤❤ জীৱন জীয়াৰ মাদকতা বিচাৰি এক নতুন উদ্যম (মৰাণৰ জীয়াৰী মৰাণৰে বোৱাৰী ) কবিতা নামৰ অনুভৱবোৰ মোৰ সংগী😍😍 *জীৱনৰ পৰিস্থিতিৰ কৱলত কেতিয়াবা এখন দৰ্জা বন্ধ হৈ গলে আন এখন খোল খায়, কিন্তু তৎসত্বেও আমি বন্ধ হৈ যোৱা দৰ্জাখনৰ পিনে চাই অনুতাপ কৰি বহি থাকোতে, ইতিমধ্যে খোল খোৱা দৰ্জা খনৰ পিনে আমি সুযোগ বুজি লক্ষ্য নকৰো ..... প্ৰিয়জন এনেকৈয়ে ভাঙিবনে অভিমান ❤ আপুনি প্ৰিয় ...... কিয় বুলি নুসুধিব আপোনাৰ ল'গত সময় পাৰ কৰি ভাল পাওঁ কাৰণ আপুনি মোৰ সময়ৰ মূল্য বুজি পায়, আপোনাক মই বিশ্বাস কৰো কাৰণ আপুনি মোৰ বিশ্বাসৰ মূল্য দিব জানে, আপোনাৰ পৰা সেইয়াইটো বিচাৰো মই যে আপুনি সদায় আজিৰ দৰেই প্ৰতিটো সময়ত মোৰ কাষত থাকি সময় দি যাব, দিনটোৰ ব্যস্ততাৰ পাছত মোক অলপ সময় দিব, যি সময়ে আমাৰ সপোনবোৰক জীয়াই তুলিব, ভাল পাওঁ আপোনাক, সাতটা জনমৰ কথা নাজানো কিন্তু এইটো জনমত ল'গ এৰি নিদিওঁ, আজীৱন কাষত থাকিম। আপুনি হয়টো ভাবিবও নোৱাৰে দিনটোত কিমানবাৰ মনত পেলাওঁ আপোনাক, মৰমবোৰ, ভালপোৱাবোৰ বুকুত সামৰি আপুনি অভিমান কৰিব আৰু মই হেঁপাহবোৰ,সপোনবোৰ পূৰ কৰা স্বাৰ্থত ভাঙি যাম খুউব মৰমেৰে, ভগবান কেতিয়াও প্ৰেমৰ বিৰুদ্ধি হ'ব নোৱাৰে আৰু প্ৰেম কেতিয়াও অপৰাধ হ'ব নোৱাৰে আৰু আচল কথাটো হ'ল ভগবানৰ ইচ্ছা অবিহনে প্ৰেমও হ'ব নোৱাৰে , য'ত প্ৰেম থাকে তাত ভগবানৰ ইচ্ছাও থাকে, ভগবানো থাকে। যি ভগবান নিজে প্ৰেমিক আছিল সেই ভগবান প্ৰেমৰ বাধা কেনেকৈ হ'ব পাৰে। প্ৰেম, বন্ধুত্ব, বা সম্পৰ্ক যিয়ে নহওক দুয়ো জনৰ ফালৰ পৰা হোৱা প্ৰয়োজন, ৰুটি এটা ফালে সেকি কেতিয়াও খাব নোৱাৰি…কৃষ্ণ 🌹💓 🙏🙏🙏💓🌹 মোৰ জেগাত মই সদায় শুদ্ধ । কাঠ পেঞ্চিলে টনা লাইনটো বেকা হলে ৰবৰে মুচি চিধা কৰিব পাৰি কিন্তু কলমে টনা লাইনটো বেকা হলে মুচি চিধা কৰিব নোৱাৰি…মই অকল ক্লাৱহাউছতে নাথাকো ভাদ মাহত নামঘৰত নামেৰে মুখৰিত হবলৈ যাওঁ আৰু যাওঁ বিয়াঘৰৰ জাকজমকতাৰ মাজত আৰতিসকলৰ ল'গত বিয়া নাম গাবলৈ,সময়ৰ ল'গত চঞ্চল হৈ যাওঁ যদিও প্ৰয়োজনত শান্ত হৈ পৰো । কম পৰিমানে হ'লেও নিজে বোৱা কাপোৰো পিন্ধিছো প্ৰয়োজনত আক' পশ্চিমীয়া সাজো পৰিধান কৰিছো । সাহিত্যৰ অনুৰাগী হৈ বহুতো সাহিত্ব সভাৰ লগ'ত জৰিত হৈয়ো আছো আৰু খেতিৰ দিনত খেতি পথাৰত নামিবলৈয়ো ভয় নকৰো । জনা ভিতৰত একো নাজানো কিন্তু শিকিবলৈ সদায় চেষ্টা কৰো । মই নাভাবো মই ভাল কিন্তু আপুনি বেয়া পাব লগীয়াকে কাকো একো কৰা নাই । হাঁহিৰে জীৱন দুখ কষ্টটো জীয়াই থাকো মানে থাকিবই । ধন্যবাদ 🙏🙏🙏