Rahul Kalita@raj436634friendsadd Rahulপট পৰা জীৱন নাটত দুচকুৰ অশ্রু অঞ্জলী, বুকুৰ হুমুনিয়াহ,ভাষাৰ অপভ্রংশ, হৃদয়ৰ বেদনা,সময়ৰ তাচ্ছল্যতা, আৰু অনুৰাগিনী ? বাস্তৱতাৰ নাটত স্পন্দন ৰুদ্ধ হৈ, বিলীন হ'ল দূৰৰ সেই নীলিম দিগন্তত, য'ত আছে মোৰ জীৱন নাটৰ পৰিসমাপ্তি ।