Maina
@puwali0
761
friends
╱◥██████◣ 📡 │∩│🖼️▤│▤▤│ ▓▆▇█▓∩▓█▇ গুৱাহাটী 🇮🇳 বাস্তৱ বৰ কঠিন..... তথাপি মানি ল'ব লগা হয়।🙂 জীৱনটো বহুত জটিল..... তথাপিও জীয়াই থাকিব লগা হয়...... হৃদয় যোৰা আৱেগ, এৰিব নোৱাৰা কিছুমান ভাল লগা মাদকতা আৰু পাহৰিব নোৱাৰা স্মৃতিবোৰৰ উচুপনী...আৰু যে কত কিমান জীয়া কাহিনীৰ গাঁথা✨🤍 এনেকৈয়ে চলি আছে জীৱন, আৰু চলি যাব আগলৈও..!🕊️ পোৱা-নোপোৱাৰ দোমোজাত সেমেকি উঠা চকুলো আৰু পাইও হেৰুওৱা বিশেষ কিছুমান বস্তুয়ে কৰবাত নহয় কৰবাত আজিও সাঁথৰ হৈয়ে নিলগত স্তব্ধ হৈ পৰে.....✨🙂 এইয়াই বাস্তৱ, কঠিন বাস্তৱ🍂 আচলতে কল্পনাৰ পৃথিৱীখনেই ধুনীয়া....🌻যত একো হেৰুওৱাৰ ভয় নাথাকে, যত চকুলোঁ নাথাকে,যত বিষাদ নাথাকে থাকে কেৱল মিঠা মিঠা অনুভৱ আৰু কাৰোবাৰ বাবে অজুত ভালপোৱা।🥀 আউসীৰ জোন মোৰ 💞 00:48 ━━━━⬤─────── 02:53 ⇆ ||◁ㅤ ❚❚ㅤ ▷||ㅤ ↻