✯Mâsôôm_Spîçy✯ .
@priyanshi143
148
friends
তুমি বৰষুণৰ দৰে...মোৰ উকা আকাশত..ৰামধেনু আঁকি দিয়া..।।♥️❣️ ♥️আমি জীৱনত বহুত মানুহকে লগ পাও কিন্তু, কোনোবা এজন বিশেষ থাকে। যাক দেখিলেই আমি শৰীৰত এটা বিশেষ শিহৰণ অনুভৱ কৰোঁ।যিয়ে আমাক নচুৱাই যায়। পৃথিৱীখন পোহৰ কৰি তোলে ।❤️🥰💝 সাঁচি ৰখা নাই তোমাক দুচকুৰ মাজত কিজানিবা চকুৰ পানী সৈতে বৈও যাব পাৰা,,সাঁচি ৰাখিছোঁ তোমাক হৃদয়ৰ মাজত যাতে প্ৰতিটো নিশা হত তোমাক পাওঁ।।।❤️😘কথা পাতিবলৈ বহুত মানুহ আছে কিন্তু আপেক্ষা মাথোঁ তোমাৰ বাবেহে থাকে ❤️💞 নাজানো তোমাক মোৰ জীৱন লগৰী হিচাপে পাম নে নাপাম। কিন্তু তোমাক পোৱাৰ আশা এটি আজীৱন থাকিব। এটা কথা জা নানে তুমি ,তোমাৰ মুখখন চাই বহুতে ভাল পাই কিন্তু মই তোমাৰ মাত ষা ৰ শুনি য়েই ভাল পাওঁ। তোমাৰ মুখত যেতিয়া মোৰ মাত টো শুনিব পাওঁ তেতিয়া সকলো দুখ যেন নিজে আঁতৰি যায় বহু দুৰ দুৰণিলে। ছা য়া হৈ থাকি বা তুমি প্ৰতিটো খোজ ত। সাহস হৈ থাকি বা জীৱন বাটত। 💔😭নাজানো আজি তুমি কাৰ লগত সুখী তথাপিও জানিবৰ মন যায় তাইনো কি এনেকুৱা মৰম দিলে যাৰ বাবে মোৰ মৰমে তোমাৰ ওচৰত হাৰ মানিলে।🖤💔 🤗😘𝐿𝒾𝒻𝑒 𝓁𝒾𝓃𝑒💕𝒱𝑒𝓍𝑒𝓇𝒶 𝒩𝒟 𝒮𝓅𝑜𝓉𝓎💕 @masoom_143