Clubhouse logo

P᭄❖PRASANTA.░ ❖༆

@prasanta16

87

friends

😪😔আকাশত তৰাফুল ফুলা দেখি তোমালৈ বৰকৈ মনত পৰিছে জোনাকী লহৰত গা তিয়াঁই ভালপোৱা তোমাৰ যৌৱনে কিমানটি বসন্ত অতিক্ৰম কৰিলে মই সঁচাকৈ পাহৰিছোঁ ! মনত পেলাবলৈ আৰু সশৰীৰে লগ কৰিবলৈ তুমি কেতিয়ালৈ আহিবা ? ৰাতিৰ বতাহজাক লগত লৈ যেতিয়া উশাহত সেৱন কৰো ধূলিকনা তুমি সৌ দূৰ-দূৰণিৰপৰা চাই ৰং পোৱা হ'বলা ৷ অকলে চোতালত বহি মৌন সময়ৰ কোলাত যেতিয়া শুনো কাণপাতি তুমি যেন গীত জুৰিছা নিলগত হৈ জুৰিটি তুমি যেন সুৰীয়া নিশাচৰ চিনাকি পক্ষী মই হ'ব বিচাৰোঁ তোমাৰ সুৰক কবিতা কৰা এগৰাকী কবি ৷ … তোমাৰ উমান শেৱালিজোপাৰ সুবাসে দিয়ে সজল নিয়ৰৰ কণাই পাতত উমলিছে😪😪😪😪😪😪😪😪😪😪😪😪😪😪😪😪😪😪😪 Music 🎶 is my life