App logo

Lovely p saikia

@plaaabitaa

23

friends

❤️I LOVE MODELING ❤️👗 ভালপোৱাবোৰ হেৰাই যাব নিদিবা। মৰমবোৰ দলিয়াই নিদিবা আজীৱন বুকুতে থবা হ'ব পাৰো দুদিনীয়া চিনাকী কিন্তুু ভালপোৱাবোৰ শত যুগমীয়া।❤️❤️❤️ অপেক্ষাত আছো সেই দিনলৈ  যি দিনা তুমি মুক্তি হ'বা তোমাৰ সেই অন্ধকাৰৰ মায়া জালৰ পৰা আৰু সেইদিনাই আমি এক হম চিৰ জীৱনলৈ। তুমি ক'বা এতিয়া চোৱা আজীৱন তোমাৰে হয় সেই অন্ধকাৰ মায়া জালৰ পৰা বহুত কস্টৰে দৌৰি আহিছো কেৱল তোমাৰ বাবে।