σιηιтσм .
@oinibornil
1.6K
friends
❤️🇦 🇩 🇲 🇮 🇳❥︎𝐎᭙ꪀꫀ𝘳 𝐎𝔣𝔣 🦋 💫🌼💞 চিফুং 💞🌼 💫🦋 🖤কঁছ, কঁছ,কঁছ,কঁছ 🤪 ☀ কাৰো আপোন হ'ব নোৱাৰিলো ☂ ,💔 ℳ𝒾𝓈𝒾𝓃ℊ 𝒮ℴ𝓃ℊ 𝒾𝓈 𝒶 2𝓃𝒹 ℒ𝒶𝓃ℊ𝓊ℊℯ2 ℳ𝓎 ℋℯ𝓇𝓉❤ ❤乂✰*⁴𝒜 pril ℳy ℬirth𝒟ay*☂️🎂🎉🎁 ℳ𝒾𝓃ℯ :-ℳ𝒶𝒶❤️🌼😘 😘 ℐ ℒ ❤ ℳ𝒾𝓈𝒾𝓃ℊ❤ℒ𝒶𝓃ℊ𝓊𝒶ℊℯ ভনী ** @dehamanu_ @dhundk আতৈ ** @eepraj *ব্ৰহ্মা আদি কৰি* ═════════════════ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম। ৰাম ৰাম। মায়া-শয্যা মাজে আছয় ঘুমটি যাই | তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম আমি অচেতন নিয়োক নাথ জগাই ||৬৫৯ ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ-কূপে জীৱ আছে পৰি কাল-সৰ্পে দংশি হাৰইল চেতন তাৰ | মোক্ষ-ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিত দায়াময় কৃষ্ণ কৰিয়ো তাক উদ্ধাৰ || সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে আকাশে গৰুড়-কন্ধে চক্ৰ ধৰি হৰি | দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখ আৰ্ত্তনাদ কৰি নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি || মধু-ৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণ কৰিলো সাৰ | নমো দেৱ দীন-দুখ-হাৰী দায়াশীল দামোদৰ প্ৰভু আমি দুখিতক চৰণে কৰা উদ্ধাৰ || হে কৃষ্ণ তযু পাদ-পদ্ম পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা | প্ৰাণ-প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত কণ্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা ||৬৬৩ হে কৃষ্ণ পুত্ৰ-পত্নী-সঙ্গ তেজি তযু পদ চিন্তি নিত গৰ্ব্ব-শূণ্য সন্তসৱৰ আশ্ৰমে যাইবো | তাসম্বাৰ মুখ-পদ্মে বাজ হুইবে তযু কথামৃত-নদী তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো || 🌹ভগৱানক বৰ মাগিলোঁ। বৰত মই মোৰ মৃত্যুক খুজিলোঁ । ভগৱানে ক'লে, '' মৃত্যুটো তোমাক দি দিম, কিন্তু তেওঁক কি কম ! যিয়ে প্ৰাৰ্থনাত তোমাৰ জীৱন বিচাৰিছে... ? ''🙂 🌹🌷প্ৰেম কাৰোবাৰ কাৰণে হয়তো জীৱন আৰু কাৰোবাৰ বাবে বিষাদ।💔💔🌷🌷 🅵🅾🅻🅻🅾🆆 🅼🅴 🅸 🆆🅸🅻🅻 🅵🅾🅻🅻🅾🆆 🆈🅾🆄 🅱🅰🅲🅺 2⃣4⃣🅷🅾🆄🆁🆂 🙏❤️ দাদা মাতিবি ব্লক খাবি কেলা😡 ❣уσυ❣❣мє❣ o v ⭕═════════════════⭕