Clubhouse logo

$um ¢H€nG

@namatibaplz

665

friends

আপোনাৰ বাবেই ৰিয়ান❤️ আপোনাৰ হৃদয়ত নিষিদ্ধ কৰা হৈছিল মোৰ dipression ৰ file, আপোনাৰ texting ৰ শৰাইঘাটৰ তলেৰে বৈ যাব পৰাকৈ মই online ৰ ব্ৰহ্মপুত্ৰ, আপুনি ভাল পায় বাবেইটো dedication মোৰ প্ৰিয়, মাজনিশাৰ imagination ৰ বৰষুণজাকত তিতিবলৈ আপুনি প্ৰায়েই লৈ আহে attention ৰ ছাতি, আপোনাৰ বাবেই...... এদিন আপোনাৰ বাবেই হেৰাই যাম, আপোনাৰ বাবেই আপোনাক বিচাৰি পাম, বৰষুণত তিতিবলৈ তিতি যোৱা এখন প্রিয় হাত, পিছপিনৰ পৰা ঐ বুলি চিঞৰা এটা প্রিয় মাত, Bus ষ্টপেজৰ অপেক্ষা অথবা flyover ৰ তলৰ খোজ, আপোনাৰ বাবেই........ এই যে Gallary ত বাৰে বাৰে zoom কৰা প্রিয় মুখৰ বাবেই সকলো অভিমান, মাজনিশা দুয়ো শুনিবলৈ প্রিয় গান, আপোনাৰ good morning আৰু হেডফোনৰ তাৰেৰে বগাই অহা অজস্ৰ চুমা আৰু ভঙা ভঙা মাতৰ বাবে ৰৈ থকা কান, আপোনাৰ বাবেই imagination ত সূৰ্যাস্ত, আপোনাৰ বাবেই মোৰ আঙুলিয়ে পিন্ধাই দিয়া দুৱৰী বনৰ আঙুঠি, আৰু আপোনাৰ অপেক্ষাত পাৰ কৰা সময়বোৰ প্রিয়, আপোনাৰ সকলোখিনিতে সুখী থাকিব পাৰি, আপোনাক সকলোখিনিৰে সুখী ৰাখিব পাৰি, ..........আপুনি থকালৈ সৰলতা বোৰ সামৰি ৰাখিব কেতিয়াবা ই বিশেষ অলংকাৰ হব ! 🦋💙 অভিনয়ৰ চিয়াঁহীৰে তোমাৰ উপন্যাসৰ পাতনিত চেকা সানিব নিবিচাৰো, তোমাৰ মৰমৰ বুলনিৰে উপন্যাস খনিত শব্দ হৈ মূৰ গুজিব বিচাৰো।। 🌚❤️🍃 তোমাৰ অভিমানৰ মেট্‌মৰা বোজাখন দাঙি ল'বলৈ আৰু তোমাৰ অভিযোগৰ দীঘল লিষ্টখন মনত ৰাখিবলৈ মই অসমৰ্থ। বিচৰা ধৰণে তোমাক ভালপাবলৈ আৰু তোমাৰ চেনেহৰ ফাকু দুগালত সানি ল'বলৈ মই অসমৰ্থ। মোৰ বেইমান দুনীয়াত মই নিৰ্লজ্জক, স্বপ্নৰঙী মায়াময় পৃথিৱীৰ মাজতো মোৰ এন্ধাৰ দুনীয়াত চলে মাথোঁ চয়তান হৃদয়ৰ ৰাজত্ব।🌻