App logo

Sumiksha Thakuria

@nalage_janibo

622

friends

সচাকৈ মই বৰ নিলাজ। কিয়নো তেঁও ইমান ignore কৰাৰ পিছতো তেঁওৰ অন্তৰত মোলৈ অলপো ভালপোৱা নথকাৰ পিছতো মই সদায় নিলাজৰ দৰে তেঁওলৈ মেচেজ কৰি থাকো।মাথো মনত এটাই ক্ষীণ আশা লৈ হয় এদিন সকলো ঠিক হৈ যাব।কিন্তু এয়া যে মাথো এটি কেতিয়াও দিঠকত পূৰ্ণ নোহোৱা সপোন।। বহুত কষ্টকৰ কাৰোবাক ইমান ভালপোৱাৰ পিছত ঘপককৈ তেঁওৰ প্ৰতি থকা ভালপোৱা বোৰ বন্ধ কৰি তেঁওৰ লগত এজন সাধাৰণ বন্ধুত্বৰ দৰে থাকি জীৱন কটোৱা।।কব নোৱাৰাকৈ দুচকুৰ পৰা বৈ আহে অহৰহ ভাৱে অশ্ৰুধাৰা🙂🙂 Wish me 20 May No attitude