App logo

HypeR .

@nagaon_lora_moi

145

friends

পোহৰৰ সন্ধান বিচাৰি মৰীচিকাৰ পিছে পিছে মই নামৰ অদ্ভূত প্ৰাণীটো😎 👤মোৰ মনৰ মাজত লুকাই আছে এখন নগৰ য'ত ক্ষণে ক্ষণে বিধ্বস্ত হয় শান্তি তথাপিও চলি থাকে জীৱনৰ বাটৰ নাট- ব্যস্ততাৰ কোলাতে জিৰাই ✌️ক'লা ৰং ভাল পাওঁ বাবেই জীৱনতো শনি লাগি আছে 😌😑 🔥নগঞা ডেকা🔥🌡️ 👉Made in অসম ✊ আহিবা এদিন... চাই যাবাহি অভাৱেই আৱৰি ৰখা ঘৰখন..😊 যদি মৰমবোৰ অব্যাহত থাকে...❤️ তেন্তে আহিবা.. ভাল পাওঁ বুলি কবলৈ....😌❤️ 🔞 মোৰ বুকু খন ঠিক সেই শ্মশানবোৰৰ দৰে ; ভিতৰত কি চলি থাকে কোনেওঁ নাজানে 🥱 ❤️ Empty heart যেনেকৈ চেনীতাইজাৰত চেনি নাই তেনেকৈ মোৰ হৃদয়ত কোনো নাই🌡️ religion - Islam I respect all religions Because I'm a Muslim My religion has not taught me to condemn other religions. There is no religion but humanity🤲🙏🕯️