Malek Uddin
@malekuddin11
6
friends
হেল্লো! বন্ধুসকল আপোনালোকে কেনে আছে। আশা কৰো আপোনালোকে সকলোৱে ভালে আছে। মোৰ নাম- "মালেক ঊদ্দিন সেখ" মোৰ ঠিকনা হল- টিলাপাৰা, বিলাসীপাৰা, ধুবুৰী (অসম) ৭৮৩৩৪৮ মই, নতুন নতুন মানুহৰ লগত কথাপাতি বহুত ভালপাওঁ আৰু সিহঁতৰ লগত বন্ধুত্বৰ সম্পৰ্ক গঢ়ি ভালপাওঁ। লগতে মই নতুন নতুন বস্তুৰ বিষয়ে শিকাৰ ভোকাতুৰ। Youtube Channel: Malek 2.0 Facebook Page: Malek 2.0 Instagram ID: malekuddin12