Simanta
@koushik.xaikia
15
friends
জুবিন দা তুমি নহয় মাথো এটি শব্দ, নহয় মাথো এটি নাম। তুমি এটি অনুষ্ঠান, অসমৰ লাখ লাখ জনতাৰ হিয়াৰ আমঠু, নয়নৰ উজ্জল মণি৷ তোমাৰ কণ্ঠত অসমৰ যত' সংস্কৃতি কত' ভাষাত কত' গান। অসমৰ আকাশৰ তুমি ধ্রুবতৰা উজ্জ্বল প্রতিপল তুমি জ্বলি থাকিব লাগিব অসমৰ বাবে, অসমীয়াৰ বাবে হাজাৰ হাজাৰ বছৰ ৷