Criss Cross
@jhonny05136
9
friends
নাজানাে এনেকুৱা কিয় হয় বাৰে বাৰে সপােনবােৰ আধৰুৱা হৈ ৰয় যাকেই দলিচা পাৰি দিওঁ হৃদয়ৰ দোৱাৰ খুলি তেৱেইচোন সপােনবােৰ গচকি হৃদয়খনকো থেকেচি থেকেচি যায় চকুপানীবােৰ আমাৰ নােলায় ... হা..হা ..আমি যে Strong boy পিছে হৃদয় আমাৰাে আছে। ইমান পতাৰনা হৃদয়ে বাৰু কেনেকৈ সহি ৰয় মৰমৰ মূল্য ইমান কম কিয় হয়