দেৱদূত@gogoi0000316friendsadd দেৱদূততুমিও মোৰ দৰে হ'ব নোৱাৰা, মইও তোমাৰ দৰে হ'ব নোৱাৰো। সেয়ে আনৰ লগত তুলনা কৰি লাভ নাই সকলোৱে নিজৰ স্থানত শ্রেষ্ঠ।