Clubhouse logo

(╥╯^╰╥)

@facebook22

931

friends

--। তুমি আৰু মই ।-- 💔 💔 প্ৰথমে অচিনাকি, অচিনাকিৰ পিছত চিনাকি, কওঁ নকওঁকৈ এটি দুটি শব্দ আৰু এনেকৈয়ে বান্ধ খালে এটি নতুন সম্পৰ্কলৈ, তোমাৰ কেইবা টি প্ৰশ্ন আৰু মোৰ উত্তৰ হয় এটি উম,হুম এনে শব্দৰে.. কিয় জানা তোমাৰ মাত শুনিলে মই লাজুকীলতা যেন হৈ পৰো অ.. মোবাইলৰ লক খুলিয়ে পাইছিলো তোমাৰ মেছেজ অথবা মিচকল, দিনটোৰ আৰম্ভ হয় সূৰুযৰ কিৰণৰ ফাকেৰে চকুত ধৰা দিয়া সুপ্ৰভাত শব্দটিৰে, আৰু নিতাল নিস্তব্ধত এন্ধাৰৰ আৰে আৰে ভাহি অহা শুভৰাত্রী শব্দৰে মোৰ শেষ হয় এটি এটি দিন, তুমি দিয়া ষ্টেটাচ বোৰতো যে মই নিজকে বিচাৰি পাইছিলো, সেইবাবেই হয়তো "মই তোমাক ভালপাঁও" কথাষাৰ শুনাৰ আগ্ৰহ মোৰ হৃদয়ত বাঢ়িছিল দুগুণে যিদৰে তোমাৰ কোৱাৰ, সৌ সিদিনা নৈ পাৰত লগৰীয়া লগত বৰশী বাই থাকোতে মোৰ কাণত যে আহি কৈ গৈছিলা ভালপাই পেলালো তোমাক এতিয়া কি কৰিম তুমিয়ে কবাচোন , আৰু পিছত মোৰ সহাৰি হাতত হাত ধৰি আগুৱাই যাম আজীৱনলৈ বুলি.. দিন বাগৰে আৰম্ভ হয় খং, অভিমান উফ আৰু যে ক'ত কি.. কেতিয়াবা কেতিয়াবা নম্বৰবোৰে শুৱনি কৰে ইজনে আনজনৰ ব্লকলিষ্ট খনো, ঠেহবোৰ ভাঙিবলৈ কোৱা হয় তুমি নাখালে মই নাখাও, ৰৈ ও থাকো আনব্লক কৰা, তুমি খোৱা মইও খাও এনেবোৰ কথালৈ, কথাৰ পৃষ্ঠাবোৰ লুটিয়াই চালে দেখা পাঁও খং, অভিমানৰ আৰত থাকে দায়িত্ব, মৰম, সহানুভূতি, বিশ্বাস, আবেগ, গম নোপোৱাকৈ গুজি দিয়ে ইজনে আনজনক বুকুত, পোৱাৰ হেঁপাহত ত্যাগ আৰু ইজনে আনজনক হেৰুৱাৰ ভয়ত কিমান যে প্ৰতিশ্ৰুতি... এই সকলো বোৰৰ সমাহাৰেৰে সন্নিবিষ্ট আটাইতকৈ পৃথক আৰু এটি মধুৰ সম্পৰ্ক হ'ল ভালপোৱা এটি বাক্যত তুমি আৰু মই ।। 🇦🇸 ▄︻̷̿┻̿═━一𝕸𝕴𝕹𝕰=𝖇𝖑𝖔𝖈𝖐 𝖑𝖎𝖘𝖙 𝖙 𝖆𝖘𝖊