Dhulia Abhijeet@dhuliaabhi76friendsadd Dhuliaমোৰ অক্লান্ত যৌৱনৰ অশ্বৰোহী মন য'ত ক্লান্ত হয়,মোৰ অদৃশ্য সময়ৰ পল-অনুপল য'ত জাগ্ৰত হয়,'মোৰ অবাধ জীৱনৰ তীক্ষ্ণ স্বাধীনতা য'ত বন্দী হয়,তুমি তাতেই দেখা দিয়া,মই কি কৰো🥀