App logo

প্ৰেম Vai

@dhruba.sarma

97

friends

🐰❤️প্ৰেম মানে আচলতে অজুহাত কাৰোবাক কাষতে পোৱাৰ.... প্ৰেম মানে আচলতে অজুহাত কাৰোবাক আলফুলে চুই চোৱাৰ... প্ৰেম মানে যৌৱন প্ৰেম মানে মৌবন... প্ৰেম মানে সহজ অঙ্গীকাৰ দুয়ো দয়োকে কাষতে পোৱাৰ তুমি জানো বুজা নাই ?........🤗 তুমি ভালপোৱাবোৰৰ তালিকা এখন দিবা আৱেগৰ ঠিকনা এটা বুকুত সাঁচি ৰাখিম। এইবাৰ তুমি পিছে মোক নিৰাশ নকৰিবা মই ৰৈ থাকিম স্বপ্নাতুৰ আলোকৰ প্ৰেমিক হৈ। কেনভাচত বাৰে বাৰে তুলিকা বোলাই থমকি ৰওঁ মৌনতা গভীৰ বিষাদবোৰৰ লগত। নদীক ভালপাওঁ বাবেই আকাশৰ ঠিকনা বিচাৰো... *অনুভূতিবোৰ আগৰ দৰেই আছে, মাথো তুমি সলনি হৈ গ'লা,.. সেইবাবেই হয়তো অনুভূতিবোৰৰ মূল্য নাইকিয়া হৈ পৰিল😥...✍️ *নিৰৱতা যেতিয়া লগৰী হৈ পৰে, তেতিয়া অকলশৰে থাকিয়েই ভাল লাগে,..😢 *তুমি সপোন হোৱা মই দিঠকত তোমাৰ সংগী হম,..আপোন টো কোনো নহয়,কিন্তু অচিনাকী ও নহবা তুমি, ......!! * প্রতিটো দিন প্রতিটো নিশা তেওঁৰ বাবেই আজি অৱৰুদ্ধ তথাপিও প্রতিটো অমানিশা ঘূৰি ফুৰো অৰ্থহীন প্রেমৰ সংজ্ঞা বিচাৰি......✍️

chats