Clubhouse logo

মায়াৱী জীৱন

@biki60

88

friends

তোমাৰ প্ৰেমত পৰা আৰু আকাশৰ জোনটোৰ প্ৰেমত পৰা কথা একেটাই। মনৰ ইচ্ছামতে চাব পাৰো কিন্তু আপােন কৰি ল'ব নােৱাৰো দূৰত্বই কেতিয়াও প্রাচীৰ ৰূপত থিয় নিদিয়ে। কিছুমান মানুহ দূৰত থকা পিছতাে। নিচেই কাষত থাকে বিৰক্তিকৰ কোনাে মানুহেই তােমাৰ মন ভাঙিব নােৱাৰে, এই পৃথিবীত আটাইবােৰ প্ৰতাৰকৰেই আহে মানুহ আকর্ষণ কৰিব পৰাকৈ একো একোটা ইন্টাৰেস্টিং কেৰেষ্টাৰ। হৃদয়ৰ চাৰিওফাল যেতিয়া ইগ, স্বাৰ্থ আৰু অহংকাৰৰ দেৱালেৰে আবদ্ধ হৈ থাকে। সেই দেৱাল ভাঙি নিদিয়া পর্যন্ত প্রিয়জনৰ অনুভুতিয়ে হৃদয় চুবলৈ লোৱাৰে। মাজে মাজে ভাবো । মানুহৰ লগত মিঠা কথা কবলৈ নিশিকিলাে। চেনি দিয়া এন্ড খােৱাটোও ফান্টু যেন লাগে। সেয়েই কিজানি এইখন পৃথিবীত মােক ভালপােৱা মানুহৰ সংখ্যাও কম।