ৰাৱন মই
@beastvillain96
844
friends
Guwahati-Lakhimpur❤ আপুনি সেইজনক ভগৱান মানে, যি সাধাৰণ মানুহ (ৰাৱনৰ দৰে) মাৰিবলে সাধাৰণ এজন হ'ব লাগে, কিন্তু মই সেইজনক মানো যি ভগৱানকো সাধাৰণ হ'বলৈ বাধ্য কৰে😎👺 ....... শূন্য হৈ পৰা আবেলিবোৰৰ মৌন কাহিনী বিছাৰি সোণালী পথাৰ চলাথ কৰো কলমে যেতিয়া নাপাই ভাষা উকা হৈ পৰি ৰয় আকাশ হেৰাই গ'ল নীলা খামৰ মাজৰ চিঠি পূৰ্ণিমা ৰাতি অন্ধকাৰ আজি কোনোবা বাতৰুৱাই হেৰুৱালে পথ কৰুণ বিননি শুনি ভাগি যায় টোপনি শেষ নিশা কোন কবি আছে সাৰে আজি। তুমি শূন্যতাৰ শেৱালী তলত, প্ৰেমৰ কুঁৱলী কণা সানি ল'লা, মেঘে ধুৱাই দিয়া চুলি তাৰিত, মই কঙালী মাহত জোৰৰ তলৰ কলৰ থোৰা হৈ, ৰৈ গ'লো আগবানে এৰি যোৱা দুখৰ বোকাৰ মাজত। 🇮🇳
chats