Bitupon Borah
@bbcc1234
55
friends
নূপুৰ দাম হাজাৰ টকা কিন্তু তাৰ স্থান সদায় ভৰি তলত। সেন্দুৰ দাম পাচ টকা কিন্তু তাৰ স্থান সদায় ওপৰত। ইতিহাস সাক্ষী আছে নিমখত কেতিয়াও পৰুৱা নালাগে কিন্তু মিঠাইক কেতিয়াও পৰুৱাই নেৰে। মম জ্বলাই মৃত ব্যক্তিক স্মৰণ কৰা হয় কিন্তু মম নুমোৱাই জন্মদিন পালন কৰা হয়। মানুহে সৎ পথত চলিব নিবিচাৰে কিন্তু বেকা পথৰ প্ৰতি সকলোৰে আগ্ৰহ বেছি সেইবাবে মদ বিক্রেতাই কোনো দিনেই কাৰো ওচৰত যাব নালাগে কিন্তু গাখীৰ বিক্রেতাই সকলোৰে ঘৰে ঘৰে যাব লগা হয়। আমি গাখীৰ বিক্রেতা জনক প্ৰশ্ন কৰোঁ গাখীৰৰ পানী মিহলোৱা নাইতো ? কিন্তু মদত আমি নিজেই পানী মিহলাই খাওঁ।😀 সচাকৈ মানুহ বৰ আজব প্ৰাণী।