Syamal Pathak@abhiii7935friendsadd Syamalহেঁপাহ গজাৰে পৰা সপোন এটা আঁকিলৈছো দুচকুত । হৃদয়ত শিল এটা পিন্ধি লৈ গায় আছো জীয়াই থকাৰ গান । হৃদয়গলা দুপৰীয়া বোৰত নাভাগৰাৰ আখৰা কৰিছো । আচলতে...... জীয়াই থকাৰ প্ৰতিযোগিতাৰ মই যে প্ৰথম শ্ৰেণীৰ প্ৰতিযোগী